শ্রীশ্রীলক্ষ্মীদেবীর বারোমাসের ব্রতকথা ও পাঁচালী
তৃতীয় অধ্যায়
বৈশাখ মাহৰ ব্ৰতকথা
(ৰতা কাঠুৰিয়াৰ কাহিনী)
মগধতে আছিল কাঠুৰিয়া এজন।
ৰতা নাম হয় তাৰ ধাৰ্মিক সুজন।।
এদিন প্ৰাতে ৰতা শয্যাত্যাগ কৰি।
কাঠ কাটিবাৰে যায় লক্ষ্মী নাম স্মৰি।।
কুঠাৰ লৈয়া কাঠ ছেদন কৰিল।
পাঁচ মোট কৰি কাঠ গৃহতে আনিল।।
এক বোজা দিয়া ৰতা কহিল সোধায়।
ঐকালেতে ধৌত বস্ত্ৰ দিও হে আমায়।।
এক বোজা নিয়ে গেল সাহিসেৰ বাড়ি।
বিনয়ে কহিল অন্ন দিও মোৰে ছাড়ি।।
বাকি তিন বোজা লৈ বাজারেতে গেল।
বিক্ৰি কৰি চল ডাল কিনিয়া আনিল।।
আহারাদি শেষে ৰতা ধোপা বাড়ি যায়।
ৰজকেৰ নিকটেতে ধৌত বস্ত্ৰ লয়।।
সাহিসেৰ অন্ন নিয়া সাজসজ্জা কৰে।
বেড়াইতে যায় ৰতা সমুদ্ৰৰ তীৰে।।
বজৰা হইতে তাৰ বাদশা দেখিল।
ৰজা কিংবা ৰাজপুত্ৰ মনেতে ভাবিল।।
পৰিচয় জানিবাৰে পাঠাল দেৱোৱান।
দেৱোৱান সভৰ গেল ৰতা সন্নিধানে।।
জিজ্ঞাসিল শুন শুন ওহে মহাশয়।
এটা কোন ৰাজ্য কহ কিবা নাম হয়।।
ফিৰিয়া না চায় ৰতা কৰয়ে গমন।
দেৱোৱান হেৰিয়া তাহা বিস্মিত যে হন।।
বাদশাৰ নিকটতে ফিৰিয়া আসিল।
পূৰ্বাপৰ ভাঁৰ পাশে নিবেদন কৈল।।
বাদশা শুনিয়া তাহা চিন্তে মনে মন।
হবে কোন ৰাজা কিবা ৰাজাৰ নন্দন।।
যাহা হোক কল্য তুমি সতর্ক বহিবে।
সন্মান কৰিয়া তাৰ পৰিচয় লবে।।
প্ৰাতঃকালে উঠি ৰতা স্মৰিয়া লক্ষ্মীৰে।
কানন মাঝাৰে যায় কাঠ কাটিবাৰে।।
ভাঙিল অনেক কাঠ কি বলিব আৰ।
সহসা দেখিতে পায় বহুমূল্য হাৰ।।
সুন্দৰ গঠন হাৰ হাতে তুলি নিল।
হাৰ আৰ কাঠ লৈ গৃহে ফিৰি এল।।
আহাৰৰ পরে ৰতা সাজসজ্জা কৰি।
ভ্ৰমণতে বাহিৰায় অশ্বপৃষ্ঠে চড়ি।।
সাগৰতীৰতে শেষে কৰিল গমন।
সেহিকালে দেৱোৱান আসি দিল দৰ্শন।।
জিজ্ঞাসে এ ৰাজ্য কাৰ কহ মহাশয়।
শুনিতে বাসনা বড় বাদশাৰ হয়।।
ৰতা কহে এত কথা না পাৰি বলিতে।
এই হাৰ দাও গিয়া বাদশাৰ হাতে ॥
এত বুলি গ'ল চলি কাঠুৰেৰ নন্দন।
দেওয়ান বাদশা পাশে ফিরিল তহন।
হাৰ লয়ে দেওয়ান বাদশাৰে দিয়া।
আদ্যোপান্ত সব কথা কহে বিস্তাৰিয়া ॥
হাৰ দেখি বাদশাৰ মোহিত যে মন।
জীৱনে এমন হাৰ দেখেনি কখন ॥
অৱশেষে দেওয়ানৰে কহেন তখন।
পাতি পাতি খুঁজি তাৰ কৰ অন্বেষণ ॥
বাদশা আদেশে সব অনুচৰগণ।
ৰতাৰ সন্ধান সবে কৰে অনুক্ষণ ॥
ভীত হয়ে ধৰি ৰতা সন্ন্যাসীৰ বেশ।
গভীৰ অৰণ্য মাঝে কৰিল প্ৰৱেশ ॥
লক্ষ্মীদেৱী স্মৰি ৰতা কৰিছে ক্ৰন্দন ।
ভক্তেৰ কাতৰে লক্ষ্মীৰ টলিল যে মন।।
মায়াহৃদ নিৰ্মাইল কানন মাধাৰে।
ৰাজহংস কেলি কৰে তাহাৰ উপৰে ॥
যত বিদ্যাধৰী আসে স্নান কৰিবাৰে।
হেনকালে ৰতা সবার বসন চুৰি কৰে।
জল হতে উঠি তেবে বিদ্যাধৰীগণ।।
বস্ত্ৰ না পাইয়া সবে ক্ষুদ্ধ হয় মন ॥
উচ্চস্বৰে বলে বস্ত্ৰ দেহ শীঘ্ৰগতি।
নহে ভস্ম কৰিব যে তোমাৰে ঝটিতি।
শুনি ৰতা ভীত হয়ে তাহাদের বলে।
মম বাক্য ৰাখ যদি তেবে বস্ত্ৰ মিলে ॥
বিপাকে পৰিয়া সবে প্ৰতিজ্ঞা যে কৰে।
বলে কি কৰিবে হবে আমা সবাকাৰে॥
ৰতা বলে সুবৰ্ণৰ কলস ভৰিয়া ।
অতি শীঘ্ৰ সাগৰৰ জল আন নিয়া॥
পথেতে জিজ্ঞাসে যদি কোন দেশবাসী।
সবে মিলে কহিবে ৰতাৰৰ মোৰা দাসী॥
যত বিদ্যাধৰী তেবে দাসী যে সাজিল।
সমুদ্ৰৰ বাৰি বয়ে আনিতে লাগিল॥
পথে-মাঝে বাদশা তা দেখিবাৰে পায়।
কাৰ দাসী হউ বুলি জিজ্ঞাসা কৰয়॥
বিদ্যাধৰীগণ বলে ৰতাৰৰ যে দাসী।
এতেক শুনিয়া বাদশা বলে হাসি হাসি॥
দেখিবাৰে সাধ বড় সে হয় কেমন।
দাসী সহ ৰতা কাছে উপস্থিত হন॥
সন্তুষ্ট হইয়া বাদশা কহেন তখন।
শুন তুমি মোৰ বাক্য ওহে মহাজন॥
তোমাৰ গুণেতে আমি বিমুগ্ধ হইয়া।
দাসীসনে আসিয়াছি এখানে ধাইয়া॥
এত বুলি মগধৰ ৰাজাৰে ডাকিল।
সেইসব বনভূমি কিনিয়া লৈল॥
দিব্য এক সুবৰ্ণপূৰী বাদশা তুলে দেয়।
ৰতা কাঠৰিয়া সেথা বসতি কৰয়॥
ধন-ধান্যে ৰতা এবে সৰ্বসুখী হন।
প্ৰতি বৃহস্পতিবাৰে কৰে লক্ষ্মীৰ পূজন॥
— বৈশাখ মাসৰ ব্ৰতকথা সমাপ্ত --

0 Comments